৩ মহালৰ ওপৰৰ পৰি ছাই বিকাশৰ ছাত্ৰীৰ মৃত্যু…

৩ মহালৰ ওপৰৰ পৰি ছাই বিকাশৰ ছাত্ৰীৰ মৃত্যু…
  • মৃত্যুৰ ওচৰত হাৰ মানিলে ছাই বিকাশৰ ছাত্রীয়েক।
  • তৃতীয় মহলাৰ পৰা পৰিছিল ছাত্রীগৰাকী।
  • ছাই বিকাশ কোচিং চেণ্টাৰত সংঘটিত হৈছিল এই ঘটনা।
  • মৃত ছাত্রীগৰাকীৰ ঘৰ তেজপুৰত।
  • আয়ুৰসন্দ্রা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু।
  • ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল ছাই বিকাশ কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in