অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত বৃহস্পতিবাৰে বক্তৃতা আগবঢ়াব বাংলাদেশৰ অধ্যাপক চিন্ময় হাওলাদাৰে

অসম সাহিত্য সভাৰ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত বৃহস্পতিবাৰে বক্তৃতা আগবঢ়াব বাংলাদেশৰ অধ্যাপক চিন্ময় হাওলাদাৰে

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ গুৱাহাটীস্থ ভাগৱতী প্ৰসাদ বৰুৱা ভৱনত বৃহস্পতিবাৰে আয়োজন কৰা হৈছে ৰবীন্দ্ৰ জয়ন্তী উপলক্ষ্যে বক্তৃতা অনুষ্ঠান। এই অনুষ্ঠানত বক্তৃতা আগবঢ়াব বাংলাদেশৰ জাতীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক চিন্ময় হাওলাদাৰে।

সন্ধিয়া ৬বজাত বাংলাদেশত ধ্ৰুপদী সাহিত্যৰ প্ৰভাৱ শীৰ্ষক বক্তৃতা প্ৰদান কৰিব অধ্যাপক হাওলাদাৰে।উল্লেখ্য যে, উক্ত অনুষ্ঠানত সকলো লোকৰে উপস্থিতি কামনা কৰিছে অসম সাহিত্য সভাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in