শেহতীয়া খবৰ
কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...

প্ৰতিবাদাকীৰ সৈতে আলোচনাৰ বাবে পুনৰ শ্বাহীনবাগত উপস্থিত সাধনা ৰামচন্দ্ৰন আৰু সঞ্জয় হেগড়ে…

74
  • দিল্লীৰ শ্বাহীনবাগত প্ৰতিবাদৰ ফলত বন্ধ হৈ থকা পথসমূহ মোকলাবলৈ প্ৰতিবাদস্থলীত উপস্থিত মধ্যস্থতাকাৰী সাধনা ৰামচন্দ্ৰন আৰু সঞ্জয় হেগড়ে।
  • প্ৰতিবাদকাৰীৰ সৈতে আমাৰ আলোচনা অব্যাহত থাকিব বুলি উল্লেখ কৰে সাধনা ৰামচন্দ্ৰনে।
  • শুকুৰবাৰে পুনৰ প্ৰতিবাদস্থলীতেই উপস্থিত হ’ব দুয়োগৰাকী মধ্যস্থতাকাৰী।
Image
  • উল্লেখ্য যে, বুধবাৰেও প্ৰতিবাদকাৰীৰে আলোনাৰ মাধ্যমেৰে সমাধান উলিওৱাৰ উদ্দ্যেশে প্ৰতিবাদস্থলীত উপস্থিত হৈছিল তেওঁলোক।
  • সমস্যাবোৰ আলোচনাৰ জৰিয়তে সমাধান উলিয়াম বুলি কয় সাধনা ৰামচন্দ্ৰন আৰু সঞ্জয় হেগড়েয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি