প্ৰতিবাদাকীৰ সৈতে আলোচনাৰ বাবে পুনৰ শ্বাহীনবাগত উপস্থিত সাধনা ৰামচন্দ্ৰন আৰু সঞ্জয় হেগড়ে…

প্ৰতিবাদাকীৰ সৈতে আলোচনাৰ বাবে পুনৰ শ্বাহীনবাগত উপস্থিত সাধনা ৰামচন্দ্ৰন আৰু সঞ্জয় হেগড়ে…
  • দিল্লীৰ শ্বাহীনবাগত প্ৰতিবাদৰ ফলত বন্ধ হৈ থকা পথসমূহ মোকলাবলৈ প্ৰতিবাদস্থলীত উপস্থিত মধ্যস্থতাকাৰী সাধনা ৰামচন্দ্ৰন আৰু সঞ্জয় হেগড়ে।
  • প্ৰতিবাদকাৰীৰ সৈতে আমাৰ আলোচনা অব্যাহত থাকিব বুলি উল্লেখ কৰে সাধনা ৰামচন্দ্ৰনে।
  • শুকুৰবাৰে পুনৰ প্ৰতিবাদস্থলীতেই উপস্থিত হ'ব দুয়োগৰাকী মধ্যস্থতাকাৰী।
  • উল্লেখ্য যে, বুধবাৰেও প্ৰতিবাদকাৰীৰে আলোনাৰ মাধ্যমেৰে সমাধান উলিওৱাৰ উদ্দ্যেশে প্ৰতিবাদস্থলীত উপস্থিত হৈছিল তেওঁলোক।
  • সমস্যাবোৰ আলোচনাৰ জৰিয়তে সমাধান উলিয়াম বুলি কয় সাধনা ৰামচন্দ্ৰন আৰু সঞ্জয় হেগড়েয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in