মঙলবাৰে সাবৰিমালা মন্দিৰত প্ৰতিবাদ

মঙলবাৰে সাবৰিমালা মন্দিৰত প্ৰতিবাদ
  • মঙলবাৰে পুনৰ সাবৰিমালা মন্দিৰৰ সন্মুখত প্ৰতিবাদ।
  • এগৰাকী মহিলাই মন্দিৰত প্ৰৱেশ কৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ।
  • প্ৰতিবাদত সংবাদ মাধ্যমৰ এজন ফটো সাংবাদিক আহত।
  • আহত ফটো সাংবাদিকজনৰ নাম বিজু।
  • সহস্ৰাধিক লোকে সাব্যস্ত কৰে এই প্ৰতিবাদ।
  • উল্লেখ্য যে, সোমবাৰে এদিনৰ বাবে খোলা হৈছিল সবৰিমালা মন্দিৰৰ প্ৰৱেশদ্বাৰ।
  • প্ৰায় ২০০০ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছিল মন্দিৰৰ চৌহদত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in