এছ আই কেলেংকাৰীঃ জু-ৰোডৰ কৃষ্ণ গ্ল’বেল কাৰ্যালয়ত চিআইডিৰ অভিযান…

এছ আই কেলেংকাৰীঃ জু-ৰোডৰ কৃষ্ণ গ্ল’বেল কাৰ্যালয়ত চিআইডিৰ অভিযান…
  • অসম আৰক্ষীৰ এছ আই কেলেংকাৰীৰ সন্দৰ্ভত অভিযান অব্যাহত।
  • দেওবাৰে গুৱাহাটী জু-ৰোডত চিআইডিয়ে চলাই অভিযান।
  • কৃষ্ণ গ্ল'বেল নামৰ এটা কাৰ্যালয়ত চলাই এই অভিযান।
  • ইফালে, দেওবাৰে পুৱাই আৰক্ষীয়ে জামগুৰিহাটৰ পৰাও এই কেলেংকাৰীৰে জড়িত জিন্টু নাথ নামৰ এজনক কৰে গ্ৰেপ্তাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in