শেহতীয়া খবৰ
আজি প্ৰয়াগৰাজলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ  •  ছো’ৱাইন ফ্লুত আক্ৰান্ত অমিত শ্বাহ, টুইটাৰ যোগে সকলোৰে পৰা আৰ্শীবাদ বিচাৰিলে শ্বাহে  •  শিৱসাগৰৰ খৰিকটীয়া আলিত পথ দুৰ্ঘটনা, নিহত ১  •  আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  পেঙাৰীত শিশু-মহিলাসহ ২০জন অবৈধ বাংলাদেশী আটক  •  পুৱাই প্ৰবল ভূমিকম্পই জোকাৰিলে নিকোবৰ...  •  এমাহ পাছত নৌ সেনাৰ যন্ত্ৰৰে উদ্ধাৰ মেঘালয়ৰ কয়লাখনিত শ্ৰমিকৰ মৃতদেহ, VIDEO  •  আজি শিল্পী দিৱস, ৰূপকোঁৱৰক সোঁৱৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী  •  আজিৰে পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা  •  নুমলীগড় শোধনাগাৰলৈ কেন্দ্ৰৰ ২২,৫৯৪ কোটি

ৰাছিয়াৰ মেগনিট’গৰ্ছক বিস্ফোৰণত নিহতৰ সংখ্যা ৩৯ জনলৈ বৃদ্ধি

163

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ মেগনিট’গৰ্ছকত যোৱা সোমবাৰে এক অট্টালিকাত সংঘটিত হৈছিল বোমা বিস্ফোৰণ। বিস্ফোৰণৰ বহুমহলীয়া এটা অট্টলিকা খঁহি পৰি সন্ধানহীন হৈ আছিল কেইবাজনো লোকৰ। উদ্ধাৰকাৰী দলে বিগত চাৰিদিন ধৰি উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ঘটনাস্থলীত। শুকুৰবাৰৰ লৈকে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ৩৯ জন লোকৰ মৃতদেহ। চৰকাৰে সংবাদ মাধ্যমক জানিবলৈ দিছে যে এই বিস্ফোৰণত নিহত সংখ্যাৰ আৰু বৃদ্ধি নাপায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি