পুৱতি নিশা ভূমিকম্পই জোকাৰি গ’ল ৰাছিয়া

পুৱতি নিশা ভূমিকম্পই জোকাৰি গ’ল ৰাছিয়া
  • পুৱতি নিশা ভূমিকম্পই জোকাৰি গ'ল ৰাছিয়া।
  • ৬.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্প অনুভূত।
  • ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ২.৫১ বজাত অনুভূত হয় ভূমিকম্প।
  • ৰাছিয়াৰ ইষ্ট কষ্টৰ কামচাটকাত অনুভূত হয় ভূমিকম্প।
  • বৰ্তমানলৈ কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in