ৰূপহীহাটত কেনেদৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা, এজন প্ৰত্যক্ষদৰ্শীৰ ভাষ্য

ৰূপহীহাটত কেনেদৰে সংঘটিত হৈছিল এই কৰুণ ঘটনা, এজন প্ৰত্যক্ষদৰ্শীৰ ভাষ্য

ডিজিটেল সংবাদ, নগাঁওঃ ৰূপহীহাটত সংঘটিত ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক জানিবলৈ দিয়া মতে- পুৱাই পুখুৰীটোত মাছ মাৰিবলৈ সাজু হৈছিল কেইজনমান লোক। পুখুৰীৰ পানীত এডাল তাঁৰ পৰি থকা দেখি ওচৰৰ এজন লাইনমেনক বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈছিল এজন লোক। সেই লাইনমেনজনৰ ঘৰলৈ যোৱা লোকজন ঘূৰি আহি নাপাওঁতেই পুখুৰীটোত মাছ ধৰিবলৈ নামিছিল লোককেইজন। তেতিয়াই সংঘটিত হয় এই কৰুণ ঘটনা।চাওঁক এজন প্ৰত্যক্ষদৰ্শীয়ে কি ক'লে এই সন্দৰ্ভত-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in