ৰূপহীহাটৰ হাতীপুখুৰীত সন্ধানহীন হোৱা শ্ৰমিকদ্বয়ৰ মৃতদেহ উদ্ধাৰ

ৰূপহীহাটৰ হাতীপুখুৰীত সন্ধানহীন হোৱা শ্ৰমিকদ্বয়ৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ৰূপহীহাটঃ উৎকট গৰমত পুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দুই শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ পুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল জিতেন আৰু আনাৰুল নামৰ দুই শ্ৰমিক৷

স্থানীয় ৰাইজে পুখুৰীত উদ্ধাৰ অভিযান চলাই দুয়োজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে৷ ঘটনাটো সংঘটিত হৈছিল নগাৱৰ ৰূপহীহাটৰ হাতীপুখূৰীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in