ৰোহিত শৰ্মালৈ BCCI ৰ উপহাৰ…

ৰোহিত শৰ্মালৈ BCCI ৰ উপহাৰ…
  • দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে ৰোহিত শৰ্মালৈ বি চি চি আইৰ উপহাৰ।
  • এদিনীয়া দলটোৰ অধিনায়কৰ দায়িত্ব দিলে ৰোহিত শৰ্মাক।
  • আনহাতে টেষ্ট দলটোৰো সহঃ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হ'ল ৰোহিত শৰ্মাক।
  • পূৰ্বে আজিংক্য ৰাহানে আছিল টেষ্ট দলটোৰ সহঃ অধিনায়ক।
  • আজিংক্য ৰাহানেই হেৰুৱালে সেই দায়িত্ব।
  • কেৱল টেষ্ট দলৰ নেতৃত্বত থাকিব বিৰাট কোহলী।
  • ইয়াৰ পূৰ্বে কোহলীক টি-২০ দলটোৰ অধিনায়কৰ পৰা অব্যাহতি দিয়া হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in