আন এক কৃতিত্বৰ অধিকাৰী হ’ল ৰোহিত শৰ্মা

আন এক কৃতিত্বৰ অধিকাৰী হ’ল ৰোহিত শৰ্মা
  • ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ আন এক কৃতিত্ব।
  • ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ অভেল টেষ্টৰ দ্বিতীয় দিনা এক বৃহৎ মাইলৰ খুঁটিত উপনিত হৈছে ৰোহিত।
  • শুক্ৰবাৰে ৰোহিতে সম্পূৰ্ণ কৰিলে ১৫ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ৰান।
  • এই কৃতিত্ব অৰ্জন কৰা ৰোহিত অষ্টম গৰাকী ভাৰতীয়।
  • এই মাইলৰ খুঁটিত উপনিত হোৱা আন ভাৰতীয় ক্ৰিকেটাৰ কেইজন হ'ল শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলি, বীৰেন্দ্ৰ সেহৱাগ, সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনী আৰু আজহাৰুদ্দিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in