শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

আন এক কৃতিত্বৰ অধিকাৰী হ’ল ৰোহিত শৰ্মা

  • ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ আন এক কৃতিত্ব।
  • ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ অভেল টেষ্টৰ দ্বিতীয় দিনা এক বৃহৎ মাইলৰ খুঁটিত উপনিত হৈছে ৰোহিত।
  • শুক্ৰবাৰে ৰোহিতে সম্পূৰ্ণ কৰিলে ১৫ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ৰান।
  • এই কৃতিত্ব অৰ্জন কৰা ৰোহিত অষ্টম গৰাকী ভাৰতীয়।
  • এই মাইলৰ খুঁটিত উপনিত হোৱা আন ভাৰতীয় ক্ৰিকেটাৰ কেইজন হ’ল শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলি, বীৰেন্দ্ৰ সেহৱাগ, সৌৰভ গাংগুলী, মহেন্দ্ৰ সিং ধোনী আৰু আজহাৰুদ্দিন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি