পথ দূৰ্ঘটনা, তীব্ৰ বেগী টেক্টৰৰ খুন্দাত নিহত এজন যুৱক…

পথ দূৰ্ঘটনা, তীব্ৰ বেগী টেক্টৰৰ খুন্দাত নিহত এজন যুৱক…
  • মঙ্গলদৈ বান্দীয়াত পথ দুৰ্ঘটনা।
  • তীব্ৰ বেগী টেক্টৰৰ খুন্দাত নিহত এজন যুৱক ।
  • ৰাস্তাৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত ট্ৰেক্টৰে মহতিয়াই লৈ যায় যুৱক জনক।
  • ঘটনাস্থলীতে মৃত্যু হোৱা যুৱক জনৰ নাম ওৱাহিদৰ ৰহমান (১৮)
  • একাংশ কম বয়সীয়া ট্ৰেক্টৰ চালকৰ দৌৰাত্মৰ ফলত সঘনে বান্দীয়া অঞ্চলত সংঘটিত হয় এনে দুৰ্ঘটনা হয় বুলি অভিযোগ স্থানীয় ৰাইজৰ ।
  • এই সকল ট্ৰেক্টৰ চালকৰ ওপৰত প্ৰশাসনৰ নিয়ন্ত্ৰণ নাই অভিযোগ ৰাইজৰ ।
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ট্ৰেক্টৰ চালকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in