শেহতীয়া খবৰ
ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল...  •  তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে...  •  নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান...  •  লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন

গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ বাহন দুৰ্ঘটনাগ্ৰস্থ

120
  • গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ বাহন দুৰ্ঘটনাগ্ৰস্থ।
  • গোৱালপাৰাত দৰংগীৰিত দুৰ্ঘটনাত পতিত হয় বিধায়ক গৰাকীৰ বাহনৰ লগতে নিৰাপত্তাৰক্ষীৰ বাহনো।
  • দুয়োখন বাহন কিছু পৰিমাণে ক্ষতিগ্ৰস্থ।
  • বাহন দুখনৰ সন্মুখত অকস্মাত দুখন বাইক অহাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা।
  • কোনো লোক হতাহত হোৱা নাই দুৰ্ঘটনাটোত।
  • গোলকগঞ্জৰ পৰা গুৱাহাটী অভিমূখে গৈ আছিল বিধায়কগৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি