দেৱীক বিসৰ্জন দিবলৈ গৈ বোকাখাতত পথ দুৰ্ঘটনা, এজন নিহত

দেৱীক বিসৰ্জন দিবলৈ গৈ বোকাখাতত পথ দুৰ্ঘটনা, এজন নিহত
  • বোকাখাতত স্কুটিৰ খুন্দা পথ আৰোহীক।
  • দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন লোকে।
  • বোকাখাতৰ লতাবাৰীত এই দুৰ্ঘটনা।
  • নিহত লোকজনৰ নাম মদন মাঝি।
  • মদন মাঝি লতাবাৰী নাৰায়ণ মন্দিৰৰ সভাপতি।
  • দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ বাবে যাওঁতে এই দুৰ্ঘটনা সংঘটিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in