হোলীৰ পাছত প্ৰকাশ কৰা হ’ব বিহাৰৰ আৰজেডি-কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা

হোলীৰ পাছত প্ৰকাশ কৰা হ’ব বিহাৰৰ আৰজেডি-কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা
  • হোলীৰ পিছত ঘোষণা কৰা হ'ব বিহাৰৰ কংগ্ৰেছ-আৰজেডি মহাজোট বন্ধনৰ প্ৰাৰ্থী তালিকা।
  • সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰি কৰিলে আৰজেডি নেতা তেজস্বী যাদৱে।
  • 'আমাৰ মহাজোটবন্ধন শক্তিশালী।'
  • 'নিশ্চিতভাৱে আমি বিহাৰত অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ম।'
  • সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে তেজস্বীয়ে।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৭ মাৰ্চত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ কথা ঘোষণা কৰিছিল কংগ্ৰেছ-আৰজেডিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in