ৰিয়ান পৰাগে বানাক্ৰান্তৰ বাবে দিলে ১ লাখ টকাৰ অনুদান…

ৰিয়ান পৰাগে বানাক্ৰান্তৰ বাবে দিলে ১ লাখ টকাৰ অনুদান…
  • ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ প্ৰশংসনীয় প্ৰদক্ষেপ।
  • ৰাজ্যৰ বানাক্ৰান্ত সকলৰ বাবে দিলে ১ লাখ টকাৰ সাহাৰ্য্য।
  • মুখ্যমন্ত্ৰীক প্ৰদান কৰিলে চেক।
  • ৰিয়ানক ফেচবুকযোগে ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে।
  • ফেচবুকত লিখিলে- ' মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ বৰঙণি আগবঢ়োৱাৰ বাবে উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগলৈ ধন্যবাদ।'
  • 'বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে যুৱপ্ৰজন্মই উদ্যমেৰে আগবাঢ়ি আহি সমাজলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in