ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ মুখ্যমন্ত্ৰীৰ…

ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ মুখ্যমন্ত্ৰীৰ…
  • ৰাজ্যজুৰি প্ৰতিবাদ আৰু তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশ।
  • হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা (চি আই ডি)ক অৰ্পণ।
  • কিছু সময়ৰ পূৰ্বে এই নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • উল্লেখ্য যে, শুকুৰবাৰে ঋতুপৰ্ণ পেগুক হানি-খুচি কৰা হৈছিল হত্যা।
  • ইতিমধ্যে ৪জনক গ্ৰেপ্তাৰ আৰু এজনক আটক কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in