মহাৰাষ্ট্ৰত মৃত্যু অসমৰ ৰিংকু…

মহাৰাষ্ট্ৰত মৃত্যু অসমৰ ৰিংকু…
  • মহাৰাষ্ট্ৰৰ পুণেত ডেংগুত আক্ৰান্ত হৈ মৃত্যু জাঁজী তামুলীছিগাৰ যুৱক।
  • পুণেত এম এছ এফ কোম্পানীত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত ৰিংকু শইকীয়া মৰাত্মক ডেংগু ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি প্ৰকাশ।
  • যুৱকজনৰ নাম ৰিংকু শইকীয়াৰ(২৪)।
  • জাঁজী তামুলীছিগা বাম চাৰিঙিয়া গাঁৱৰ ললিত শইকীয়াৰ পুত্ৰ ৰিংকু শইকীয়াৰ (২৪) শনিবাৰে পুৱতি নিশা প্ৰায় ১:০০ বজাত পুণেৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে।
  • ইতিমধ্যে যুৱকজনৰ মৃতদেহ জন্মস্থানলৈ আনিবৰ বাবে পৰিয়ালৰ লোক আজি পুণে অভিমুখে ৰাওনা হৈছে।
  • ৰিংকুৰ মৃত্যুত অঞ্চলবাসী ৰাইজে শোক প্ৰকাশ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in