শেহতীয়া খবৰ
সংসদ ভৱনৰ দিশে আগবাঢ়িছে জে এন ইউৰ প্ৰতিবাদী মিছিল...  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ...  •  ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী

মহাৰাষ্ট্ৰত মৃত্যু অসমৰ ৰিংকু…

11,475
  • মহাৰাষ্ট্ৰৰ পুণেত ডেংগুত আক্ৰান্ত হৈ মৃত্যু জাঁজী তামুলীছিগাৰ যুৱক।
  • পুণেত এম এছ এফ কোম্পানীত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত ৰিংকু শইকীয়া মৰাত্মক ডেংগু ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি প্ৰকাশ।
  • যুৱকজনৰ নাম ৰিংকু শইকীয়াৰ(২৪)।
  • জাঁজী তামুলীছিগা বাম চাৰিঙিয়া গাঁৱৰ ললিত শইকীয়াৰ পুত্ৰ ৰিংকু শইকীয়াৰ (২৪) শনিবাৰে পুৱতি নিশা প্ৰায় ১:০০ বজাত পুণেৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে।
  • ইতিমধ্যে যুৱকজনৰ মৃতদেহ জন্মস্থানলৈ আনিবৰ বাবে পৰিয়ালৰ লোক আজি পুণে অভিমুখে ৰাওনা হৈছে।
  • ৰিংকুৰ মৃত্যুত অঞ্চলবাসী ৰাইজে শোক প্ৰকাশ কৰিছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি