গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচীঃ ‘খৰ্গ বিক্ৰী কৰি চৰকাৰ চলাব নোৱাৰো’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচীঃ ‘খৰ্গ বিক্ৰী কৰি চৰকাৰ চলাব নোৱাৰো’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
  • বোকাখাতত গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচী।
  • ২১ জন পুৰোহিতে সম্পন্ন কৰিছে মাংগলিক অনুষ্ঠান।
  • মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দাহন কাৰ্যসূচী।
  • গঁড়ৰ খৰ্গ বিক্রী কৰি চৰকাৰ চলাব নোৱাৰো বুলি উল্লেখ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়-
  • 'ভ্রান্ত ধাৰণা আঁতৰাবৰ কাৰণে কৰা হৈছে খৰ্গ দাহন'
  • 'গঁড়ৰ খৰ্গত নাই কোনো মেডিচিন'
  • 'গঁড় হত্যা কৰা নহয়, জীয়াই ৰখাটোহে আমাৰ দায়িত্ব'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in