উৰণৰত সময়ত ভয়াৱহ কঁপনি! লক্ষ্ণৌত পুনৰ অৱতৰণ ইণ্ডিগ’ৰ যাত্ৰীবাহী বিমান…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ইণ্ডিগ'ৰ এখন যাত্ৰী বিমান লক্ষ্ণৌৰ পৰা জয়পুৰলৈ উৰাৰ কিছু সময় পাছতেই তৎকালীনভাৱে লক্ষ্ণৌৰ বিমান বন্দৰলৈ ঘূৰাই আনিব লগা হয়। দৰাচলতে, ইণ্ডিগ'ৰ ৬ই-৪৫১ নম্বৰৰ বিমানখন সোমবাৰে লক্ষ্ণৌৰ পৰা জয়পুৰ অভিমুখে উৰাৰ পাছতেই বৈমানিকগৰাকী সন্মুখীন এক যান্ত্ৰিক অসুবিধাৰ। বিমানখনৰ ২ নম্বৰ ইঞ্জিনত সৃষ্টি হয় অস্বাভাৱিক কম্পনৰ।

ইঞ্জিনত হঠাৎ সৃষ্টি হোৱা এই কম্পনৰ পাছতেই বৈমানিকগৰাকীয়ে বিমানখন পুনৰ লক্ষ্ণৌৰ বিমান বন্দৰলৈ ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে, বিমানখনত সৃষ্টি হোৱা যান্ত্ৰিক বিজুতি সম্পৰ্কে টেকনিকেল দলৰ দ্বাৰা চোৱাচিতা কৰি থকা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in