শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ বাবে ৮ গৰাকী প্ৰতিদ্বন্দী

331


ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ জ্যেষ্ঠ ডেপুটি গৱৰ্ণৰ এন. এছ বিশ্বনাথনৰ পদত্যাগৰ পাছত সদ্যহতে খালী হৈ আছে ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ পদটো। ৰিজাৰ্ৱ বেংকৰ সুত্ৰত প্ৰকাশ পোৱা অনুসৰি উক্ত খালী হৈ থকা পদটোৰ বাবে ইতিমধ্যে আগ্ৰহী ৮ গৰাকী প্ৰাৰ্থীয়ে আৱেদন কৰিছে।

অহা ২৩ জুলাই তাৰিখে পদটোৰ বাবে আৱেদন কৰা প্ৰাৰ্থী সকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’ব। সাক্ষাৎকাৰৰ অন্তত নিৰ্বাচিত প্ৰাৰ্থীগৰাকীৰ নাম প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব অন্তিম বাছনিৰ বাবে। উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ৱ বেংকত চাৰিজন ডেপুটি গৱৰ্ণৰ থাকে । আৰু প্ৰতিজনে মাহিলী বেতন ২ লাখ ২৫ হাজাৰ টকাৰ লগতে অন্যান্য ভাট্টাও পায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি