শেহতীয়া খবৰ
কংগ্ৰেছ সাংসদে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন..  •  এছ আই কেলংকাৰীৰ কিবা খবৰ আছে নেকি ? যোগাযোগ কৰক আৰক্ষীক...  •  পি কে দত্তৰ ড্ৰাইভাৰ আনোৱাৰক দৰমহা দিয়ে অসম আৰক্ষীয়ে!  •  মৃত্যুদুতলৈ পৰিণত মৰিয়নি-মোককচাং পথঃ তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক...  •  ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লৰ বাকৰিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্য্যসূচী...  •  সৰভোগত ২০১৮-১৯ বৰ্ষৰ আছুতীয়া পুঁজিৰ অনুদান বিতৰণ বিধায়ক ৰঞ্জিত দাসৰ...  •  ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰৈ থকা ট্ৰাকত বাহনে মাৰিলে খুন্দা, নিহত প্ৰসূতীসহ ৭জন...  •  একালৰ মুখ্যমন্ত্ৰীৰ সতীৰ্থ, আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গৌতম ৰায়ৰ মৃত্যু...  •  বৰপেটাৰ ভেল্লাত হস্তনিৰ্মিত ৰিভ'লভাৰ সহ তিনিজনক গ্ৰেপ্তাৰ..  •  দ্ৰুতবেগী মালবাহী ৰে'লৰ খুন্দাত দুটাকৈ বন্যহস্তীৰ মৃত্যু...

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? পঢ়ক সৱিশেষ…

2,198
  • দেওবাৰে গণৰাজ্য দিৱস।
  • দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো পালন কৰা হ’ব গণৰাজ্য দিৱস।
  • বিশেষ দিনটোত খানাপাৰাত ৰাজ্যপাল জগদীশ মুখীয়ে গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলন কৰিব।
  • ৰাজ্যৰ ক’ত ক’ত কোন কোন মন্ত্ৰীয়ে কৰিব পতাকা উত্তোলনঃ
  • ডিব্ৰুগড়ত চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তোলন কৰিব পতাকা।
  • বিশ্বনাথত মন্ত্ৰী ৰঞ্জিত দত্তই কৰিব পতাকা উত্তোলন।
  • নলবাৰীত মন্ত্ৰী ভৱেশ কলিতাই উত্তোলন কৰিব পতাকা।
  • গোৱালপাৰাত পতাকা উত্তোলন কৰিব সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
  • বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই।
  • ওদালগুৰিত মন্ত্ৰী ৰিহন দৈমাৰীয়ে কৰিব পতাকা উত্তোলন।
  • চিৰাঙত চন্দন ব্ৰহ্মই পতাকা উত্তোলন কৰিব।
  • লখিমপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী নৱে দলেয়ে।
  • ধুবুৰীত ফণীভূষণ চৌধুৰীয়ে উত্তোলন কৰিব পতাকা।
  • মঙলদৈত চুম ৰংহাঙে কৰিব পতাকা উত্তোলন।
  • মৰিগাঁৱত পীয়ুষ হাজৰিকাই পতাকা উত্তোলন কৰিব।
  • হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত পতাকা উত্তোলন কৰিব।
  • তিনিচুকীয়াত পতাকা উত্তোলন কৰিব সঞ্জয় কিষাণে।
  • শিলচৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই।
  • শিৱসাগৰত যোগেন মহনে কৰিব পতাকা উত্তোলন।
  • তেজপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব কেশৱ মহন্তই।
  • যোৰহাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি