গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? পঢ়ক সৱিশেষ…

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? পঢ়ক সৱিশেষ…
  • দেওবাৰে গণৰাজ্য দিৱস।
  • দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো পালন কৰা হ'ব গণৰাজ্য দিৱস।
  • বিশেষ দিনটোত খানাপাৰাত ৰাজ্যপাল জগদীশ মুখীয়ে গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলন কৰিব।
  • ৰাজ্যৰ ক'ত ক'ত কোন কোন মন্ত্ৰীয়ে কৰিব পতাকা উত্তোলনঃ
  • ডিব্ৰুগড়ত চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তোলন কৰিব পতাকা।
  • বিশ্বনাথত মন্ত্ৰী ৰঞ্জিত দত্তই কৰিব পতাকা উত্তোলন।
  • নলবাৰীত মন্ত্ৰী ভৱেশ কলিতাই উত্তোলন কৰিব পতাকা।
  • গোৱালপাৰাত পতাকা উত্তোলন কৰিব সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
  • বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই।
  • ওদালগুৰিত মন্ত্ৰী ৰিহন দৈমাৰীয়ে কৰিব পতাকা উত্তোলন।
  • চিৰাঙত চন্দন ব্ৰহ্মই পতাকা উত্তোলন কৰিব।
  • লখিমপুৰত পতাকা উত্তোলন কৰিব মন্ত্ৰী নৱে দলেয়ে।
  • ধুবুৰীত ফণীভূষণ চৌধুৰীয়ে উত্তোলন কৰিব পতাকা।
  • মঙলদৈত চুম ৰংহাঙে কৰিব পতাকা উত্তোলন।
  • মৰিগাঁৱত পীয়ুষ হাজৰিকাই পতাকা উত্তোলন কৰিব।
  • হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত পতাকা উত্তোলন কৰিব।
  • তিনিচুকীয়াত পতাকা উত্তোলন কৰিব সঞ্জয় কিষাণে।
  • শিলচৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই।
  • শিৱসাগৰত যোগেন মহনে কৰিব পতাকা উত্তোলন।
  • তেজপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব কেশৱ মহন্তই।
  • যোৰহাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in