শেহতীয়া খবৰ
কেব আৰু এনআৰচিৰ বিৰুদ্ধে ১৯ ডিচেম্বৰত দেশজুৰি বাওপন্থী দলৰ প্ৰতিবাদ কাৰ্যসূচী...  •  বিজেপি ত্যাগ কৰিলে যতীন বৰাই...  •  বিজেপি ত্যাগ কৰিলে যতীন বৰাই...  •  গুৱাহাটী ক্লাৱৰ উৰণীয়া সেঁতুত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ...  •  মৰিগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ... VIDEO  •  ঢকুৱাখনাত বিজেপিৰ কাৰ্যালয়ৰ পিছত এইবাৰ জ্বলি ছাই হ'ল অগপৰ কাৰ্যালয়  •  কেবক লৈ প্ৰধানমন্ত্ৰী, কেবৰ বাবে অসমৰ লগতে আন ৰাজ্যসমূহৰ পৰম্পৰা, সংস্কৃতি, ভাষা ইত্যাদিৰ ওপৰত একো প্ৰভাৱ নপৰে  •  কেবক লৈ প্ৰধানমন্ত্ৰী, কেবৰ বাবে অসমৰ লগতে আন ৰাজ্যসমূহৰ পৰম্পৰা, সংস্কৃতি, ভাষা ইত্যাদিৰ ওপৰত একো প্ৰভাৱ নপৰে  •  ঢকুৱাখনাত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...

কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী

319
  • বৃহস্পতিবাৰে বিধানসভাত অনুষ্ঠিত হ’বলগীয়া বিশ্বাস ভোটত কৰ্ণাটক চৰকাৰৰ পক্ষত ভোট দিব বিসম্বাদী কংগ্ৰেছ বিধায়ক ৰামালিংগা ৰেড্ডীয়ে।
  • বুধবাৰে এই কথা স্পষ্ট কৰিলে বিধায়কজনে।
  • কংগ্ৰেছলৈ তেওঁ উভতি আহিব জনায় সংবাদ মাধ্যমক।
  • ইয়াৰ পূৰ্বে তেওঁ পদত্যাগ দাখিল কৰিছিল বিধানসভাৰ অধ্যক্ষক।
  • তাৰ পিছতে বিধায়কজনক সাক্ষাৎ কৰি সৈমান কৰিবলৈ চেষ্টা কৰিছিল কংগ্ৰেছ নেতা সিদ্ধাৰামায়াই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি