কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী

কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী
  • বৃহস্পতিবাৰে বিধানসভাত অনুষ্ঠিত হ'বলগীয়া বিশ্বাস ভোটত কৰ্ণাটক চৰকাৰৰ পক্ষত ভোট দিব বিসম্বাদী কংগ্ৰেছ বিধায়ক ৰামালিংগা ৰেড্ডীয়ে।
  • বুধবাৰে এই কথা স্পষ্ট কৰিলে বিধায়কজনে।
  • কংগ্ৰেছলৈ তেওঁ উভতি আহিব জনায় সংবাদ মাধ্যমক।
  • ইয়াৰ পূৰ্বে তেওঁ পদত্যাগ দাখিল কৰিছিল বিধানসভাৰ অধ্যক্ষক।
  • তাৰ পিছতে বিধায়কজনক সাক্ষাৎ কৰি সৈমান কৰিবলৈ চেষ্টা কৰিছিল কংগ্ৰেছ নেতা সিদ্ধাৰামায়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in