আইপিএলৰ প্ৰথম খন খেল, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলপথাৰত নামিব আৰচিবি…

আইপিএলৰ প্ৰথম খন খেল, মুম্বাই ইণ্ডিয়ানছৰ  বিৰুদ্ধে খেলপথাৰত নামিব আৰচিবি…
  • শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব আইপিএল ।
  • আইপিএলৰ প্ৰথম খন খেল আৰচিবি আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ'ব ।
  • শুকুৰবাৰে সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব খেলখন ।
  • কোভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতো অধিক সতৰ্কতাৰে অনুষ্ঠিত কৰা হৈছে আইপিএল ।
  • ৩০ মেত এই বৰ্ষৰ আইপিএলৰ এই চিজনৰ ফাইনেল খেল খন অনুষ্ঠিত হ'ব ।
  • ইফালে আইপিএলৰ প্ৰথম খন খেলক লৈ সামাজিক মাধ্যমত বিশেষ চৰ্চা হোৱা দেখা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in