শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

আইপিএলৰ প্ৰথম খন খেল, মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলপথাৰত নামিব আৰচিবি…

254
  • শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব আইপিএল ।
  • আইপিএলৰ প্ৰথম খন খেল আৰচিবি আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব ।
  • শুকুৰবাৰে সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব খেলখন ।
  • কোভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতো অধিক সতৰ্কতাৰে অনুষ্ঠিত কৰা হৈছে আইপিএল ।
  • ৩০ মেত এই বৰ্ষৰ আইপিএলৰ এই চিজনৰ ফাইনেল খেল খন অনুষ্ঠিত হ’ব ।
  • ইফালে আইপিএলৰ প্ৰথম খন খেলক লৈ সামাজিক মাধ্যমত বিশেষ চৰ্চা হোৱা দেখা গৈছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি