শেহতীয়া খবৰ
নগাঁৱৰ কচুৱাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি যুৱ কংগ্ৰেছে জনালে কামৰুল ইছলামৰ বিনাচৰ্তে মুক্তিৰ দাবী, VIDEO  •  পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- 'এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’  •  পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- 'এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’  •  ১ মিনিটত ২৫ খবৰ  •  ১ মিনিটত ২৫ খবৰ  •  দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা মঙলদৈত জাগ্ৰত নাট সমাৰোহ  •  ষ্টেডিয়ামত অশালীন আচৰণ! ইংলেণ্ডৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ বেন ষ্টকছক ICC-এ বিহিলে শাস্তি...  •  যদি আপুনি সীমাৰ সুৰক্ষা, ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি আৰু মোডীক সমৰ্থন কৰে তেন্তে বিজেপিক ভোট দিয়কঃ অমিত শ্বাহ  •  দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত খহনীয়া! দলত্যাগ কৰি আম আদমী পাৰ্টীত যোগ দিলে ৪ বাৰৰ বিধায়কে…  •  দিল্লীত অসমক লৈ ছাত্ৰনেতাই কৰা মন্তব্যৰ দেশজোৰা প্ৰতিক্ৰিয়া, অসম চৰকাৰে তৰিব গোচৰ...

অভিলেখৰ ওপৰত অভিলেখঃ ১ টা মাহত ‘ৰত্নাকৰ’ৰ উপাৰ্জন কিমান…

20,675

ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতত অভিলেখৰ ওপৰত অভিলেখ গঢ়িছে যতীন বৰাৰ ছবি ৰত্নাকৰে। ষষ্ঠতো সপ্তাহত ভৰি দিয়া ৰত্নাকৰে ইতিমধ্যে অসমত চেৰ পেলাইছে বাহুবলী আৰু অসমীয়া ছবি কাঞ্চনজংঘাক। বৰ্তমানৰ লৈকে ছবিখনে উপাৰ্জন কৰিছে মুঠ ৯ কোটি ২০ লাখ টকা।

উল্লেখ্য যে, পঞ্চম সপ্তাহত ৪০ টা ছবিগৃহত ৬০ টা দৰ্শনী আৰু ষষ্ঠ সপ্তাহত ২০ টা ছবিগৃহত ৩০ টা দৰ্শনী লাভ কৰিছে ৰত্নাকৰে। চলিত বৰ্ষৰ ১১ অক্টোবৰত মুক্তি লাভ কৰিছিল ছবিখনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি