শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

বিশ্বকাপ ক্ৰিকেটৰ মাজতে নতুন অধিনায়ক নিযুক্তি…

3,547

ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত দলে ভাল প্ৰদৰ্শন কৰিব নোৱাৰাৰ শাস্তি পালে এজন অধিনায়কে। বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছতেই অব্যাহতি দিয়া হ’ল আফগানিস্তানৰ অধিনায়ক গুলৱদ্বীপ নায়ৱক। আটাইকেইটা ফৰ্মেটৰ অধিনায়ক পদৰ পৰা আতৰোৱা নায়ৱৰ স্থানত অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ৰছিদ খানক। টেষ্ট, টি-২০, এদিনীয়াত নতুনকৈ অধিনায়ক পদত ৰছিদ খানক নিযুক্তি দিয়াৰ উপৰিও উপ-অধিনায়ক হিচাপে অছগৰ আফগানক দিয়া হৈছে নিযুক্তি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি