দেৰগাঁও আৰক্ষী প্রশিক্ষণ কেন্দ্রৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • দেৰগাঁও আৰক্ষী প্রশিক্ষণ কেন্দ্রত ভয়ংকৰ ঘটনা ।
  • প্রশিক্ষণ কেন্দ্রৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ ।
  • প্রশিক্ষণৰত এগৰাকী মহিলা আৰক্ষীক ধৰ্ষণৰ অভিযোগ ।
  • মহিলাগৰাকী ১ম আছাম ফৰেষ্ট বেটেলিয়নৰ প্রশিক্ষণৰত আৰক্ষী ।
  • অভিযুক্ত আৰক্ষী বিষয়াজন পৰিদৰ্শক(CDI) বচ্চন সিং ।
  • মহিলাগৰাকীৰ স্বামীয়ে সংবাদ মাধ্যমত সদৰী কৰিলে এই কথা ।
  • দেৰগাঁও আৰক্ষী থানাত বচ্চন সিঙৰ বিৰুদ্ধে গোচৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in