বদৰুদ্দিনৰ বাবে আত্মহত্যা কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে

বদৰুদ্দিনৰ বাবে আত্মহত্যা কৰিব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে
  • এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।
  • 'বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'লে প্ৰথমে মই আত্মহত্যা কৰিম।'
  • হোজাইৰ নীল বাগানত এই মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।
  • হোজাইত অনুষ্ঠিত বিজেপিৰ এখন সভাত সভাপতি জনে এইদৰে কঠোৰ সমালোচনা কৰিলে এ আই ইউ ডি এফক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in