শেহতীয়া খবৰ
পি কে দত্তৰ ড্ৰাইভাৰ আনোৱাৰক দৰমহা দিয়ে অসম আৰক্ষীয়ে!  •  মৃত্যুদুতলৈ পৰিণত মৰিয়নি-মোককচাং পথঃ তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক...  •  ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লৰ বাকৰিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্য্যসূচী...  •  সৰভোগত ২০১৮-১৯ বৰ্ষৰ আছুতীয়া পুঁজিৰ অনুদান বিতৰণ বিধায়ক ৰঞ্জিত দাসৰ...  •  ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰৈ থকা ট্ৰাকত বাহনে মাৰিলে খুন্দা, নিহত প্ৰসূতীসহ ৭জন...  •  একালৰ মুখ্যমন্ত্ৰীৰ সতীৰ্থ, আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গৌতম ৰায়ৰ মৃত্যু...  •  বৰপেটাৰ ভেল্লাত হস্তনিৰ্মিত ৰিভ'লভাৰ সহ তিনিজনক গ্ৰেপ্তাৰ..  •  দ্ৰুতবেগী মালবাহী ৰে'লৰ খুন্দাত দুটাকৈ বন্যহস্তীৰ মৃত্যু...  •  কয়লাখনিত ভূমিস্খলনঃ ১৬ জনে হেৰুৱালে প্ৰাণ, উদ্ধাৰ অভিযান অব্যাহত  •  কোভিড ভেকচিন বিতৰণৰ বাবে প্ৰয়োজন ৮০,০০০ কোটি টকাৰঃ চেৰামৰ মুৰব্বী পোনাৱালা...

শনিবাৰে পুনৰবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব ৰঞ্জিত দাসে

91
  • পুনৰ ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত ৰঞ্জিত দাস।
  • শনিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিব ৰঞ্জিত দাসে।
  • শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিব ৰঞ্জিত দাসে।
  • উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে তেওঁৰ কাৰ্যকাল শেষ হৈছিল।
  • তাৰ পিছতে পুনৰবাৰ ৰাজ্যিক বিজেপিৰ দায়িত্ব দিয়া হৈছে ৰঞ্জিত দাসক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি