নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰঙিয়াত শিল্পী সমাজ-মুক্তিযোদ্ধাৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰঙিয়াত শিল্পী সমাজ-মুক্তিযোদ্ধাৰ প্ৰতিবাদ
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত।
  • ৰঙিয়াত শিল্পী দিৱসৰ দিনাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিল্পী সমাজ-মুক্তিযোদ্ধাৰ প্ৰতিবাদ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ।
  • ৰঙিয়াৰ মুৰাৰাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিৰ সন্মুখত এই প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in