ৰঙিয়াত ৰাইজৰ লপা-থপা ২ প্ৰৱঞ্চকক

ৰঙিয়াত ৰাইজৰ লপা-থপা ২ প্ৰৱঞ্চকক
  • ৰঙিয়াত দুই প্ৰৱঞ্চকক ৰাইজৰ উত্তম-মধ্যম।
  • দিপ্তেশ্বৰী গাঁৱত ৰাইজে উত্তম-মধ্যম দিলে প্ৰৱঞ্চক দুটাক।
  • তন্ত্ৰ-মন্ত্ৰ কৰি বিভিন্নজনৰ পৰা ধন সৰকাইছিল দুই প্ৰৱঞ্চকে।
  • ভণ্ড দুই তান্ত্ৰিক মহাৰাষ্ট্ৰৰ নাগপুৰৰ গোৰকনাথ শ্বেগাৰ আৰু অমৰনাথ শ্বেগাৰ।
  • ৰাইজে লপা-থপা দি গতালে ৰঙিয়া আৰক্ষীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in