ৰঙিয়াত স্বাস্থ্যকৰ্মীৰ দেহত কোভিড-১৯…

ৰঙিয়াত স্বাস্থ্যকৰ্মীৰ দেহত  কোভিড-১৯…
  • ৰঙিয়াত কোভিড-১৯ত আক্ৰান্ত হৈছে স্বাস্থ্যকৰ্মী।
  • এইবাৰ আক্ৰান্ত হৈছে স্বস্তি হাস্পতালৰ নাৰ্ছ।
  • নাৰ্ছ গৰাকী হৈছে লাৰিচা খিন্দাইত।
  • ২৪ তাৰিখে লোৱা হৈছিল তেওঁৰ স্বাৱ।
  • বৰ্তমান নাৰ্ছগৰাকীক পঠিওৱা হৈছে পতঞ্জলী কোভিড হাস্পতাললৈ।
  • ইফালে বুধবাৰৰ দিনটোত মুঠ ৩ জন লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • বুধবাৰৰ ৩ জন লোকৰ সৈতে ৰঙিয়াৰ মাজমজিয়াত মুঠ আক্ৰান্তৰ সংখ্যা ছয়জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in