শেহতীয়া খবৰ
নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...

ৰঙিয়াত স্বাস্থ্যকৰ্মীৰ দেহত কোভিড-১৯…

110
  • ৰঙিয়াত কোভিড-১৯ত আক্ৰান্ত হৈছে স্বাস্থ্যকৰ্মী।
  • এইবাৰ আক্ৰান্ত হৈছে স্বস্তি হাস্পতালৰ নাৰ্ছ।
  • নাৰ্ছ গৰাকী হৈছে লাৰিচা খিন্দাইত।
  • ২৪ তাৰিখে লোৱা হৈছিল তেওঁৰ স্বাৱ।
  • বৰ্তমান নাৰ্ছগৰাকীক পঠিওৱা হৈছে পতঞ্জলী কোভিড হাস্পতাললৈ।
  • ইফালে বুধবাৰৰ দিনটোত মুঠ ৩ জন লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • বুধবাৰৰ ৩ জন লোকৰ সৈতে ৰঙিয়াৰ মাজমজিয়াত মুঠ আক্ৰান্তৰ সংখ্যা ছয়জনলৈ বৃদ্ধি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি