ৰঙিয়াত অৱৰোধ ব্রহ্মপুত্র এক্সপ্রেছ, কোভিড যুদ্ধাক প্ৰতাৰণা কৰাৰ অভিযোগ…

ৰঙিয়াত অৱৰোধ ব্রহ্মপুত্র এক্সপ্রেছ, কোভিড যুদ্ধাক প্ৰতাৰণা কৰাৰ অভিযোগ…
  • ৰঙিয়াত অৱৰোধ কৰা হয় উজনিমুৱা ব্রহ্মপুত্র এক্সপ্রেছ।
  • কোভিড-১৯ত নিয়োজিত চাফাই কৰ্মীয়ে কৰে এই প্রতিবাদ।
  • চাফাই কৰ্মীসকলক প্রতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে।
  • ১৬২৫জন কৰ্মীক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে প্রতিবাদকাৰীৰ।
  • আনহাতে সামাজিক মাধ্যমত কোভি়ডত সময়ত প্ৰতিজন ৰোগীৰ বিপৰীতে খৰছ হোৱা ধনক লৈয়ো অব্যাহত আছে বিতৰ্ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in