ৰঙিয়াত পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু

  • ৰঙিয়াত পথ দুৰ্ঘটনা।
  • হাইৱে' চ'কত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী মহিলাৰ।
  • অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় মহিলাগৰাকীৰ।
  • বৰ্তমানৰ লৈকে চিনাক্ত হোৱা নাই মহিলাগৰাকী।
  • ৰঙিয়া থানাৰ মৰ্গত ৰখা হৈছে মহিলা গৰাকীৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in