বিশিষ্ট সাহিত্যিক হোমেন বৰগাহাঞিলৈ ২০১৯ চনৰ ‘ৰংবং তেৰাং সমন্বয়’ বঁটা

বিশিষ্ট সাহিত্যিক হোমেন বৰগাহাঞিলৈ ২০১৯ চনৰ ‘ৰংবং তেৰাং সমন্বয়’ বঁটা
  • বিশিষ্ট সাহিত্যিক হোমেন বৰগাহাঞিলৈ ২০১৯ চনৰ 'ৰংবং তেৰাং সমন্বয়' বঁটা।
  • বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে আগবঢ়ালে এই সন্মান।
  • ৰূপকাৰ-সাহিত্যিক ৰংবং তেৰাঙৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি চিংথুৰ প্ৰকাশনে আগবঢ়াই আহিছে এই বঁটা।
  • ২০১৭ বৰ্ষৰ পৰা প্ৰতিবছৰে এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে 'ৰংবং তেৰাং সমন্বয়' বঁটা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in