শেহতীয়া খবৰ
শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES  •  পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ

বিশিষ্ট সাহিত্যিক হোমেন বৰগাহাঞিলৈ ২০১৯ চনৰ ‘ৰংবং তেৰাং সমন্বয়’ বঁটা

113
  • বিশিষ্ট সাহিত্যিক হোমেন বৰগাহাঞিলৈ ২০১৯ চনৰ ‘ৰংবং তেৰাং সমন্বয়’ বঁটা।
  • বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে আগবঢ়ালে এই সন্মান।
  • ৰূপকাৰ-সাহিত্যিক ৰংবং তেৰাঙৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি চিংথুৰ প্ৰকাশনে আগবঢ়াই আহিছে এই বঁটা।
  • ২০১৭ বৰ্ষৰ পৰা প্ৰতিবছৰে এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে ‘ৰংবং তেৰাং সমন্বয়’ বঁটা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি