ছিডনীত ভাৰতনাট্যম উপভোগ কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে, চাওঁক VIDEO

ছিডনীত ভাৰতনাট্যম উপভোগ কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ ৬ দিনীয়া ভ্ৰমণসূচীৰে বিদেশ ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ ভিয়েটনামৰ ভ্ৰমণ সামৰি বুধবাৰে পুৱাই উপস্থিত হয়গৈ অষ্ট্ৰেলিয়াৰ ছিডনীত। দেশখনত প্ৰথমবাৰৰ বাবে যোৱা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনোৱা হয়। ইফালে, ভাৰতীয় সম্প্ৰদায়ৰ অভ্যৰ্থনা অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকী ৰাম নাথ কোবিন্দে। ৰাষ্ট্ৰপতিগৰাকীৰ উপস্থিতিত উক্ত অনুষ্ঠানত নৰ্টনা ডান্স স্কুলৰ সদস্যসকলে ভাৰতনাট্যম প্ৰদৰ্শন কৰে। চাওঁক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in