আজি অযোধ্যাত হ’ব ৰাম মন্দিৰৰ শিলান্যাস…

আজি অযোধ্যাত হ’ব ৰাম মন্দিৰৰ শিলান্যাস…

ডিজিটেল ডেস্কঃ অযোধ্যাত আজি শিলান্যাস হ'ব ৰাম মন্দিৰৰ। ৰাম মন্দিৰৰ ভূমি পূজনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনকলৈ ইতিমধ্যে সকলোবোৰ প্ৰস্তুতি সমাপ্ত কৰিছে। উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱা ৯ বাজি ৩৫ মিনিটত অযোধ্যা অভিমুখে ৰাওনা হ'ব আৰু পুৱা ১১ বাজি ৩০ মিনিটত অযোধ্যাত উপস্থিত. হ'ব। ৰাম মন্দিৰৰ শিলান্যাস সমাৰোহৰ আগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাম জন্মভূমিত ৰামচৰণ পূজাত ভাগ ল'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in