এপিএছচি কেলেংকাৰী : ৰাকেশ পালৰ জামিন নাকচ,মুকলি আকাশৰ তললৈ আহিব বসন্ত দলে…

এপিএছচি কেলেংকাৰী : ৰাকেশ পালৰ জামিন নাকচ,মুকলি আকাশৰ তললৈ আহিব বসন্ত দলে…
  • এপিএছছি কেলেংকাৰীত অন্যতম অভিযুক্ত বসন্ত দলেৰ জামিন ।
  • বৃহস্পতিবাৰে কাৰাগাৰৰ পৰা বাহিৰ ওলাব এপিএছচিৰ প্ৰাক্তন সদস্য গৰাকী ।
  • ৰাকেশ পালৰ নেতৃত্বত সংঘটিত এপিএছচি কেলেংকাৰীৰ অন্যতম খলনায়ক আছিল বসন্ত দলে ।
  • পুনৰ এপিএছচি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালৰ জামিন নাকচ ।
  • বিশেষ ন্যয়ধীশৰ আদালতে নাকচ কৰে জামিন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in