শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

ৰাজ্যসভা LIVE UPDATES

560

দিনৰ ২.৩০ বজাতঃ বুধবাৰে দিনৰ ১১ বজালৈ স্থগিত ৰাজ্যসভাৰ কাৰ্যসূচী

দিনৰ ১২.০০ বজাতঃ ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি। ২ বজালৈ ৰাজ্যসভাৰ কাম কাজ স্থগিত।

দিনৰ ১১.৩০ বজাতঃ ৰাজ্যসভাত চলি আছে প্ৰশ্নোত্তৰ শিতান।

দিনৰ ১১.১৫ বজাতঃ ৰাজ্যসভাৰ কাম-কাজ পৰিচালিত কৰিছে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে।

দিনৰ ১১.০০ বজাতঃ চলি আছে ৰাজ্যসভাৰ কাম-কাজ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি