ৰাজ্যসভাৰ কাম-কাজ ২ বজালৈ স্থগিত, উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক

ৰাজ্যসভাৰ কাম-কাজ ২ বজালৈ স্থগিত, উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক

  • ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি।
  • সদনৰ কাম-কাজ স্থগিত দিনৰ ২ বজালৈ।
  • দিনৰ ২ বজাৰ পৰা পুনৰ আৰম্ভ হ'ব ৰাজ্যসভাৰ কাম-কাজ।
  • মঙলবাৰে দিনৰ ১২ বজাত উত্থাপন কৰা কথা আছিল নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • সংসদ ভৱনৰ সন্মুখতে আছে কৃষক নেতা অখিল গগৈ সহ ৭০ সংগঠনৰ প্ৰতিনিধি।
  • মঙলবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নহয়।
  • সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হৈছিল সৰ্বদলীয় বৈঠক।
  • ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ ২ বজাত গৃহীত কৰিবলৈ বিৰোধীৰ সহযোগ বিচাৰিলে চৰকাৰে।
  • ২ বজাৰ পৰা ৰাষ্ট্ৰপতি ভাষণক লৈ হ'ব আলোচনা।
  • বিৰোধীৰ একাংশই বিৰোধ কৰি আছে সদনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in