শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

ৰাজ্যসভাৰ কাম-কাজ ২ বজালৈ স্থগিত, উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক

2,266
  • ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি।
  • সদনৰ কাম-কাজ স্থগিত দিনৰ ২ বজালৈ।
  • দিনৰ ২ বজাৰ পৰা পুনৰ আৰম্ভ হ’ব ৰাজ্যসভাৰ কাম-কাজ।
  • মঙলবাৰে দিনৰ ১২ বজাত উত্থাপন কৰা কথা আছিল নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • সংসদ ভৱনৰ সন্মুখতে আছে কৃষক নেতা অখিল গগৈ সহ ৭০ সংগঠনৰ প্ৰতিনিধি।
  • মঙলবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নহয়।
  • সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হৈছিল সৰ্বদলীয় বৈঠক।
  • ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ ২ বজাত গৃহীত কৰিবলৈ বিৰোধীৰ সহযোগ বিচাৰিলে চৰকাৰে।
  • ২ বজাৰ পৰা ৰাষ্ট্ৰপতি ভাষণক লৈ হ’ব আলোচনা।
  • বিৰোধীৰ একাংশই বিৰোধ কৰি আছে সদনত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি