ৰাম মন্দিৰ সন্দৰ্ভত কি ক’লে গৃহমন্ত্ৰী ৰাজনাথ সিঙে?

ৰাম মন্দিৰ সন্দৰ্ভত কি ক’লে গৃহমন্ত্ৰী ৰাজনাথ সিঙে?
  • বুধবাৰে ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত মন্তব্য কৰে গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।
  • তেওঁ কয় যে- 'ৰাম মন্দিৰ নিৰ্মাণ কৰিলে সকলো সুখী হ'ব।'
  • 'আমি ভাবো যে ৰাম মন্দিৰ নিৰ্মাণ হ'ব লাগে।'
  • 'এক ভাল বাতাবৰণত নিৰ্মাণ হ'ব লাগে মন্দিৰটো।'
  • এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে গৃহ মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in