নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ মেঘালয়,মিজোৰামৰ মুখ্যমন্ত্ৰীৰ

  • নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ।
  • মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে ৯জন কেবিনেট মন্ত্ৰীও উপস্থিত।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সাক্ষাৎ ৰাজনাথ সিঙক।
  • উত্তৰ–পূৱৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ আশ্বাস ৰাজনাথ সিঙৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in