পূৰ্ব নিৰ্ধাৰিত সময়ানুসৰি ৭.০২ বজাত আৰম্ভ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠান

পূৰ্ব নিৰ্ধাৰিত সময়ানুসৰি ৭.০২ বজাত আৰম্ভ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠান
  • পূৰ্ব নিৰ্ধাৰিত সময়ানুসৰি ৭.০২ বজাত আৰম্ভ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠান।
  • ৭.০৩ বজাত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে পাঠ কৰায় শপত বাক্য।
  • প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিবলৈ উঠাৰ লগে লগে উপস্থিত সকলোৱে জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দি মোডীক সম্ভাষণ জনায়।
  • শপত গ্ৰহণ কৰিবলৈ মোডীক প্ৰয়োজন হয় ২ মিনিট।
  • তাৰ পিছতে শপত বাক্য পাঠ কৰে ৰাজনাথ সিঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in