শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

প্ৰাৰ্থিত্বক লৈ অসন্তুষ্টিঃ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি…

274
  • পুৱাৰ ভাগতে গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি।
  • দুটাকৈ সমষ্টিৰ পৰা কংগ্ৰেছ কৰ্মী আহি ঘেৰাও কৰিছে ৰাজীৱ ভৱন।
  • পূব বিলাসীপাৰা আৰু গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীক টিকট প্ৰদান নকৰাক লৈ অসন্তুষ্টি।
  • সমষ্টি দুটাত কংগ্ৰেছৰ প্ৰাৰ্থী নিদিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ।
  • এ আই ইউ ডি এফৰ গণভিত্তি নথকাৰ কথা উল্লেখ কৰে তেওঁলোকে।
  • ভোট বৰ্জন কৰিম কিন্তু এ আই ইউ ডি এফক ভোট নিদিও বুলি স্পষ্ট কৰিছে প্ৰতিবাদকাৰীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি