প্ৰাৰ্থিত্বক লৈ অসন্তুষ্টিঃ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি…

প্ৰাৰ্থিত্বক লৈ অসন্তুষ্টিঃ  ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি…
  • পুৱাৰ ভাগতে গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি।
  • দুটাকৈ সমষ্টিৰ পৰা কংগ্ৰেছ কৰ্মী আহি ঘেৰাও কৰিছে ৰাজীৱ ভৱন।
  • পূব বিলাসীপাৰা আৰু গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীক টিকট প্ৰদান নকৰাক লৈ অসন্তুষ্টি।
  • সমষ্টি দুটাত কংগ্ৰেছৰ প্ৰাৰ্থী নিদিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ।
  • এ আই ইউ ডি এফৰ গণভিত্তি নথকাৰ কথা উল্লেখ কৰে তেওঁলোকে।
  • ভোট বৰ্জন কৰিম কিন্তু এ আই ইউ ডি এফক ভোট নিদিও বুলি স্পষ্ট কৰিছে প্ৰতিবাদকাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in