মমতাৰ কৃপাধন্য ৰাজীৱ কুমাৰে এৰিব লগা হ’ল আৰক্ষী আয়ুক্তৰ চকী

ফাইল ফটো
ফাইল ফটো
  • কলকাটাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক বদলি।
  • চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান পদলৈ বদলি কৰা হৈছে ৰাজীৱ কুমাৰক।
  • কলকাটাৰ নতুন আৰক্ষী আয়ুক্ত হ'ব অনুজ শৰ্মা।
  • সাৰদা কেলেংকাৰীৰ সন্দৰ্ভত কিছুদিন পূৰ্বে শ্বিলঙত জেৰা কৰিছিল ৰাজীৱ কুমাৰক চিবিআইয়ে।
  • ৰাজীৱ কুমাৰক চিবিআইয়ে আটক কৰিবলৈ যোৱাক কেন্দ্ৰ কৰি কলকাটা আৰক্ষীৰে সংঘাট হৈছিল চিবিআইৰ।
  • মমতা বেনাৰ্জীৰ অতি ঘনিষ্ট আৰক্ষী বিষয়া ৰাজীৱ কুমাৰ।
  • চিবিআইক বাধা দিবলৈ অনশনত নামিছিল মমতা।
  • উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত চিবিআইয়ে জেৰা কৰিছিল বিষয়া গৰাকীক।
  • সাৰদা কেলেংকাৰীৰ তদন্তৰ বাবে গঠিত কলকাটা আৰক্ষীৰ বিশেষ তদন্ত গোটৰ মুৰব্বী আছিল ৰাজীৱ কুমাৰ।
  • চিবিআইৰ অভিযোগ তদন্তৰ সময়ত লাভ কৰা তথ্য প্ৰমাণ নষ্ট কৰিছিল আৰক্ষী বিষয়া গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in