শেহতীয়া খবৰ
টিহুত বানত মৃত্যু যুৱকৰ…  •  ২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক  •  ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ  •  মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড  •  ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত  •  ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...  •  বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ  •  ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু...  •  এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে...

আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে…

275
  • নগাঁও আৱৰ্ত ভৱনত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই।
  • ন্যায়ালয়ে দিয়া নিৰ্দোষী ৰায়ৰ প্ৰতিলিপি ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ হাতত তুলি দিলে।
  • সংগ্ৰহ কৰিলে মনোনয়ন।
  • নগাঁও সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে পুনৰ চৰ্চা হৈছে ৰাজেন গোহাঁইৰ নাম।
  • দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব এই সমষ্টিটোৰ ভোটগ্ৰহণ।
  • ২৬মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি