আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে…

আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে…
  • নগাঁও আৱৰ্ত ভৱনত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই।
  • ন্যায়ালয়ে দিয়া নিৰ্দোষী ৰায়ৰ প্ৰতিলিপি ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ হাতত তুলি দিলে।
  • সংগ্ৰহ কৰিলে মনোনয়ন।
  • নগাঁও সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে পুনৰ চৰ্চা হৈছে ৰাজেন গোহাঁইৰ নাম।
  • দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব এই সমষ্টিটোৰ ভোটগ্ৰহণ।
  • ২৬মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in