মেঘালয়ত উপস্থিত কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ

মেঘালয়ত উপস্থিত কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ
  • মেঘালয়ত উপস্থিত কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ।
  • চিবিআইৰ নিৰ্দেশত মেঘলায়লৈ আহিছে আৰক্ষী আয়ুক্ত গৰাকী।
  • তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে সাৰদা কেলেংকাৰীৰ বহু প্ৰয়োজনীয় নথিপত্ৰ জ্বলাই দিয়াৰ অভিযোগ।
  • কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ শ্বিলংস্থিত মুখ্য কাৰ্যালয়ত সোধ পোছ চলোৱা হ'ব ৰাজীৱ কুমাৰক।
  • চিবিআইৰ তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ ৰাজীৱ কুমাৰক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।
  • উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি চিবিআইক সহযোগ কৰিবলৈ মেঘালয়লৈ আহিছে আৰক্ষী আয়ুক্তগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in