শেহতীয়া খবৰ
অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...  •  পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ...  •  গহপুৰৰ খাৰৈ নদীত সন্ধানহীন এগৰাকী বন্যাৰ্ত...

মেঘালয়ত উপস্থিত কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ

407
  • মেঘালয়ত উপস্থিত কলকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ।
  • চিবিআইৰ নিৰ্দেশত মেঘলায়লৈ আহিছে আৰক্ষী আয়ুক্ত গৰাকী।
  • তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে সাৰদা কেলেংকাৰীৰ বহু প্ৰয়োজনীয় নথিপত্ৰ জ্বলাই দিয়াৰ অভিযোগ।
  • কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ শ্বিলংস্থিত মুখ্য কাৰ্যালয়ত সোধ পোছ চলোৱা হ’ব ৰাজীৱ কুমাৰক।
  • চিবিআইৰ তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ ৰাজীৱ কুমাৰক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে।
  • উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি চিবিআইক সহযোগ কৰিবলৈ মেঘালয়লৈ আহিছে আৰক্ষী আয়ুক্তগৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি