২ কেজি ওজনৰ নকল সোণসহ কামাখ্যা ৰে’ল ষ্টেচনত দুজনক আটক…

২ কেজি ওজনৰ নকল সোণসহ কামাখ্যা ৰে’ল ষ্টেচনত দুজনক আটক…
  • গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত বুধবাৰে জি আৰ পিয়ে আটক কৰিলে দুজন লোকক।
  • কামাখ্যা ৰেল ষ্টেচনৰ ৪ নং প্লেট ফৰ্মৰ পৰা জি আৰ পিয়ে আটক কৰে লোক দুজনক।
  • প্ৰায় ২ কেজি ওজনৰ নকল সোণসহ আটক দুয়োকে।
  • আটক কৰা লোক দুজন ক্ৰমে- সুৰিন্দৰ সিং আৰু সুৰয মল।
  • ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।
  • আটক কৰা দুয়োকে অব্যাহত ৰাখিছে সোধ-পোছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in