শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

২ কেজি ওজনৰ নকল সোণসহ কামাখ্যা ৰে’ল ষ্টেচনত দুজনক আটক…

685
  • গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত বুধবাৰে জি আৰ পিয়ে আটক কৰিলে দুজন লোকক।
  • কামাখ্যা ৰেল ষ্টেচনৰ ৪ নং প্লেট ফৰ্মৰ পৰা জি আৰ পিয়ে আটক কৰে লোক দুজনক।
  • প্ৰায় ২ কেজি ওজনৰ নকল সোণসহ আটক দুয়োকে।
  • আটক কৰা লোক দুজন ক্ৰমে- সুৰিন্দৰ সিং আৰু সুৰয মল।
  • ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।
  • আটক কৰা দুয়োকে অব্যাহত ৰাখিছে সোধ-পোছ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি