ৰঙিয়াৰ ধাবাত আবকাৰী বিভাগৰ অভিযান

ৰঙিয়াৰ ধাবাত আবকাৰী বিভাগৰ অভিযান
  • ৰঙিয়াৰ কেবাখনো ধাবাত আবকাৰী বিভাগৰ অভিযান।
  • আৰ কে ধাবা আৰু ভোলে ধাবাত অবৈধভাৱে ৰখা বিলাতী সুৰা জব্দ।
  • স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগে চলালে এই অভিযান।
  • অভিযানত আটক কৰা হৈছে দুজনকৈ লোকক।
  • ৰঙিয়াৰ আৰু কেবা স্থানতো আবকাৰী বিভাগে চলাব সুৰা বিৰোধী অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in