আজি অৰুণাচল, মণিপুৰলৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী…

ফাইল ফটো
ফাইল ফটো
  • আজি অৰুণাচললৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।
  • পুৱা ৯ বজাত দিল্লীৰ পৰা উপস্থিত হ'বহি লখিমপুৰত।
  • লীলাবাৰী বিমান বন্দৰত অৱতৰণ কৰিব ৰাহুল গান্ধীৰ বিশেষ বিমান।
  • লখিমপুৰৰ পৰা হেলিকপ্টাৰেৰে ৰাওনা হ'ব ইটানগৰলৈ।
  • ইটানগৰত বিশাল জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।
  • ব্লক কংগ্ৰেছ আৰু তৃণমূল কৰ্মীৰ সৈতে বৈঠকত মিলিত হ'ব কংগ্ৰেছ অধ্যক্ষগৰাকী।
  • উল্লেখ্য যে, ৰাজ্যখনত লোকসভাৰ লগতে হ'‍ব বিধানসভাৰ নিৰ্বাচনো।
  • অৰুণাচলৰ পৰা পোনে পোনে ৰাওনা হ'ব মণিপুৰলৈ।
  • নিশা ইম্ফলত কটাব কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে।
  • কাইলৈ বিশাল জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।
  • মণিপুৰৰ পিছতে ত্ৰিপুৰাতো জনসভা সম্বোধন কৰিব ৰাহুল গান্ধীয়ে।
  • আগৰতলাৰ পৰা ৰাওনা হ'ব ৰাজধানী দিল্লীলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in